আচারআচাৰ-আচৰণ
আচাৰ (Assamese) [ Roman: a.sar]
English: behavior, behaviour, conduct, treatment,
Assamese: আওভাও, আকৃতি-প্ৰকৃতি, আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, কথা-কাণ্ড, গতি-প্ৰকৃতি, গতিগোত্ৰ, গঢ়-গতি, চলন-ফিৰণ, চলন-ফুৰণ, চাল-চলন, দেশাচৰ, দয়-দস্তুৰ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-গতি, স্বভাৱ-চৰিত্ৰ, ৰেহ,
Bodo: उन्दैसिन,
Garo: dakdila,
Meeteilon: lamchat shajat,
Karbi: ateng,
Nagamese: bibohar, chal-cholon,
Dimasa: yaowaitai
b. Proper Adj.-Common &/or Masculine: behavioral, আচৰণগত...
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-03
English: pickle, pickles,
Assamese: আচাৰ,
Bodo: आसार,
Mising: donane,
Nagamese: achar,
Dimasa: asar,
Bangla: আচার,
Nepali: अचार
Contributed by: Biraj Kumar Kakati on 2010-09-19
English: menstruation,
Assamese: আচাৰ, ঋতুস্ৰাব, নোৱাৰা, মাহেকীয়া, সত, ৰজঃ, ৰজোদৰ্শন,
Dimasa: sao-gusu,
TAI-Ahom: অক্ ছাৱ
আচাৰ (Assamese) [ Roman: a.sar]
1. (Abstract Noun) the manner one treats another person. এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
Assamese: আওভাও, আকৃতি-প্ৰকৃতি, আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, কথা-কাণ্ড, গতি-প্ৰকৃতি, গতিগোত্ৰ, গঢ়-গতি, চলন-ফিৰণ, চলন-ফুৰণ, চাল-চলন, দেশাচৰ, দয়-দস্তুৰ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-গতি, স্বভাৱ-চৰিত্ৰ, ৰেহ,
Bodo: उन्दैसिन,
Garo: dakdila,
Meeteilon: lamchat shajat,
Karbi: ateng,
Nagamese: bibohar, chal-cholon,
Dimasa: yaowaitai
Different POS:
a. Verb-Trans.: behave, আচৰণ কৰ্, ব্যৱহাৰ কৰ্, आखु दिन्थिनाय, leh...b. Proper Adj.-Common &/or Masculine: behavioral, আচৰণগত...
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-03
2. (Material Noun-Neuter) any vegetable, herb or meat preserved in vinegar or oil and eaten as a relish. চিৰ্কা(ভিনেগাৰ) বা তেলত ডুবাই সংৰক্ষণ কৰা পাচলি, শাক বা মাংস।
Assamese: আচাৰ,
Bodo: आसार,
Mising: donane,
Nagamese: achar,
Dimasa: asar,
Bangla: আচার,
Nepali: अचार
Contributed by: Biraj Kumar Kakati on 2010-09-19
3. (Abstract Noun) the process or time of the flow of blood from the uterus. মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।
Assamese: আচাৰ, ঋতুস্ৰাব, নোৱাৰা, মাহেকীয়া, সত, ৰজঃ, ৰজোদৰ্শন,
Dimasa: sao-gusu,
TAI-Ahom: অক্ ছাৱ