আচাৰ (Assamese) [ Roman: a.sar]
    1. (Abstract Noun) the manner one treats another person. এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-03
    2. (Material Noun-Neuter) any vegetable, herb or meat preserved in vinegar or oil and eaten as a relish. চিৰ্কা(ভিনেগাৰ) বা তেলত ডুবাই সংৰক্ষণ কৰা পাচলি, শাক বা মাংস।

    Description
    English:
    Assamese:
    Mising:
    Nagamese:
    Dimasa:
    Contributed by: Biraj Kumar Kakati on 2010-09-19
    3. (Abstract Noun) the process or time of the flow of blood from the uterus. মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।