পল (Assamese) [ Roman: pol]
    1. (Abstract Noun) A brief, indefinite interval of time অতি তাকৰ সময় |
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-07-07
    2. (Material Noun-Neuter) A kind of basket for catching fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে আৰু এফালে পানীত চবিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়৷

    English:
    Assamese:
    Mising:
    Meeteilon:
    Karbi:

    Example Sentences:

    1. সি পুখুৰীত পলৰে মাছ মাৰি আছে।