ru (Mizo (Lushai)) [ IPA: ru]
    Contributed by: Parthajyoti Buragohain on 2024-11-27
    1. (Verb-Trans.) to take (the property of another or others) without permission or right অনুমতি বা অধিকাৰ নোহোৱাকৈ (আনৰ সম্পত্তি) লোৱা

    ru (Karbi)
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-17
    2. (Material Noun-Neuter) A kind of basket for catching fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে আৰু এফালে পানীত চবিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়৷

    English:
    Assamese:
    Mising:
    Meeteilon:
    Karbi:

    ru (Dimasa)
    Contributed by: Kulendra Daulagupu on 2009-08-22
    3. (Verb-Trans.) to cook by placing in hot water কেৱল পানীত দি গৰম কৰা ৰন্ধন প্ৰকৰণ

    ru (TAI-Turung) [ IPA: ru]
    Contributed by: Rajshree Shyam on 2024-11-20
    4. Anatomy(Material Noun-Neuter) the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷

    ru (Singpho) [ IPA: ru]
    Contributed by: Sabin Saikia on 2024-11-30
    5. Anatomy(Material Noun-Neuter) the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷