সৌৱা (Assamese) [ Roman: xou.wa]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
    1. (Pronoun) used to indicate sth/sb far away from the speaker. কওঁতাৰ পৰা বহু আঁতৰত থকা বস্তু বা জীৱক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Pronoun) refers to a place away from the speaker বক্তাৰ পৰা কিছুদূৰত থকা স্থান