that (English) [ IPA: ˈðæt ASM: ডেট]
    Contributed by: Bikram M Baruah on 2006-05-15
    1. (Conjuction) used to connect a quotation to the main sentence. মূল বাক্যৰ সৈতে এটা উক্তিক সংযোগ কৰিবলৈ ব্যৱহাৰ হয়৷
    English:
    Garo:
    Meeteilon:
    Karbi:
    Nagamese:
    Deori:
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
    2. (Pronoun) used to indicate sth/sb far away from the speaker. কওঁতাৰ পৰা বহু আঁতৰত থকা বস্তু বা জীৱক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷
    Contributed by: Himasri Das on 2023-05-18
    3. (Pronoun-Common &/or Masculine) plural of that-used to refer to persons, things etc. which are not near the speaker (and/or the listener). বক্তা বা শ্ৰোতাৰ পৰা দূৰত থকা মানুহ, জীৱ জন্তু, বস্তু ইত্যাদি বুজাবলৈ ব্যৱহাৰ হয়৷ কেতিয়াবা কিহবাৰ বা কাৰোবাৰ ওপৰত বিৰক্ত হলেও বিৰক্তি বা অসন্তুষ্টি বুজাবলৈ ’সেইসোপা’ আৰু ’সেইগাল’ৰ ব্যৱহাৰ হয়৷

    that (Mizo (Lushai)) [ IPA: tʰat]
    Contributed by: Parthajyoti Buragohain on 2024-12-01
    4. (Verb-Trans.) to end the life of somebody. কাৰোবাৰ জীৱন নাশ কৰা।

    that (Hmar)
    Contributed by: LALREMTHANG HMAR on 2009-03-19
    5. (Verb-Trans.) to end the life of somebody. কাৰোবাৰ জীৱন নাশ কৰা।
    Contributed by: LALREMTHANG HMAR on 2009-01-29
    6. (Verbal Noun) The act of terminating a life forcefully by someone. কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷