-খন (Assamese) [ Roman: khon]
dfc: অভিধান, আউনী-পাণ, আকাশ, ওঁঠ, কঠিয়াতলী, কপাল, কফিঘৰ, কলপাত, কাগজ, কাণ, কাণৰ পৰ্দা, কাপোৰ, কিতাপ, গুৱা, ঘৰ, চকী, চছমা, চাদৰ, চামুচ, চিঠি, চিৰি, জাহাজ, ডাঠ হাবি, তলি, তামুল , থাল, দুৱাৰ, দেশ, দৰ্জা, নাটক, নৈ, পত্ৰ, পাণ, পাত, পাহাৰ, পুৰাণ, পৃথিৱী, ফটো, বন্দৰ-নগৰ, বহী, বাকলি, বাছ, বাহন, বিছনা, বৃদ্ধাশ্ৰম, বেৰ, মজিয়া, মুখনি, মুখপাত্ৰ, মোনা, সমাজ, সাগৰ, হাত, হোটেল, ৰাষ্ট্ৰীয় উদ্যান
Loading AI analysis...
Loading Wikipedia extract...
1. (Adposition-Common) definite article , Used before singular or plural nouns and noun phrases that denote particular, specified persons or things. (the book, the man) নিৰ্দিষ্টবাচক অৰ্থত, কোনো বস্তু, ব্যক্তিক নিৰ্দিষ্টভাৱে বুজাবলৈ অসমীয়াত ইয়াক প্ৰত্যয় হিচাপে ব্যৱহাৰ কৰা হয়৷ কিতাপখন, মানুহজন/টো
খন (TAI-Khamyang) [ IPA: kʰɔn]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Sivani Phukon on 2025-12-29
2. (Verb-Trans.) to make various parts from a single unit of things কোনো বস্তু এটাৰ বহুকেইটা অংশ তৈয়াৰ কৰ্