Kuru (English) [ IPA: ˈkʊruː ASM: কুৰু]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-25
1. Historial(Proper Noun-Masculine) a famous king of Lunar race, after whom the dynasty was named; ancestor of Dhritarashtra and Pandu. চন্দ্ৰবংশীয় এজন প্ৰসিদ্ধ ৰজা, যাৰ নামেৰে বংশটো কুৰুবংশ নামেৰে প্ৰসিদ্ধ হয়; ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ উপৰিপুৰুষ।
kuru (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-07
2. (Verb-Trans.) to remove the cover or separate the doors to become accessable ঢাকনি আঁতৰাই দে বা ভিতৰলৈ সোমাবলৈ দুৱাৰৰ পাত আঁতৰা