open (English) [ IPA: ˈoʊpən ASM: ওপেন]
    adj: openly
    1. (Verb-Trans.) to remove the cover or separate the doors to become accessable ঢাকনি আঁতৰাই দে বা ভিতৰলৈ সোমাবলৈ দুৱাৰৰ পাত আঁতৰা
    Contributed by: Ujjwal Saikia on 2006-03-17
    2. (Proper Adj.-Common) Saying what one thinks without hiding. অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
    Contributed by: Ujjwal Saikia on 2006-03-17
    3. (Verbal Adj.) [a] free of obstructions to sight, movement, or internal arrangement [b]set so as to permit passage through the opening it can be used to close. (ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা (খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া