agent (English) [ IPA: ˈeɪdʒənt ASM: এজেণ্ট]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-20
1. Chemistry(Material Noun-Neuter) a substance that causes or accelerates a chemical reaction without itself being affected. আত্মক্ষয় নকৰাকৈ কোনো ৰাসায়নিক বিক্ৰিয়াক দ্ৰুততৰ কৰি তোলা পদাৰ্থ বিশেষ
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-12-20
2. (Common Noun-Common &/or Masculine) a person or business authorized to act on another's behalf. আনৰ হৈ ব্যৱসায় কৰিবলৈ অধিকাৰ পোৱা ব্যক্তি বা প্ৰতিনিধি ৷
agent (Nagamese)
Contributed by: Mousumi Konwar on 2023-04-27
3. (Common Noun-Common &/or Masculine) a person or business authorized to act on another's behalf. আনৰ হৈ ব্যৱসায় কৰিবলৈ অধিকাৰ পোৱা ব্যক্তি বা প্ৰতিনিধি ৷