অভিকৰ্তা (Assamese) [ Roman: o.bhi.kor.ta]
    alt: অভিকৰ্ত্তা
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-20
    1. (Common Noun-Common &/or Masculine) a person or business authorized to act on another's behalf. আনৰ হৈ ব্যৱসায় কৰিবলৈ অধিকাৰ পোৱা ব্যক্তি বা প্ৰতিনিধি ৷