algatra (Garo)
    Contributed by: Mousumi Konwar on 2023-05-13
    1. (Material Noun-Neuter) liquid pitch, a black substance, sticky when hot, used especially for making roads. খাৰুৱা তেলৰ পৰা উৎপাদিত এবিধ ক’লা পদাৰ্থ, যি তপতালে গলে আৰু এক আঠাযুক্ত পদাৰ্থলৈ ৰূপান্তৰ হয়; সাধাৰণতে ৰাস্তা পকী কৰাৰ কামত ব্যৱহৃত হয়।
    Contributed by: Mousumi Konwar on 2023-05-13
    2. (Material Noun-Neuter) An open area specifically used for holding outdoor games খেলিবৰ বাবে ব্যৱহাৰ কৰা মুকলি পথাৰ৷