bagraang (Dimasa)
Contributed by: Uttam Bathari on 2009-03-25
1. Zoology(Material Noun-Neuter) One of a pair of specialized parts used for flying, as in birds, bats, or insects. চৰাই বা অন্য কোনো জীৱৰ উৰিবৰ কাৰণে ব্যৱহাৰ কৰা এযোৰ অংগ৷
Contributed by: Uttam Bathari on 2009-03-25
2. Anatomy(Material Noun-Neuter) any of the light horny epidermal outgrowths that form the external covering of the body of birds and that consist of a shaft bearing on each side a series of barbs which bear barbules which in turn bear barbicels commonly ending in hooked hamuli and interlocking with the barbules of an adjacent barb to link the barbs into a continuous vane; a projecting strip, rib, fin, or flange চৰাইৰ শৰীৰটো আৱৰি ৰখা আৰু অধিচৰ্মৰ পৰা বাহিৰলৈ ওলাই অহা একোডাল কাঠিৰ দুয়োফালে পাতল আঁহেৰে গঢ়া এক বিশেষ ধৰণৰ অংশ৷ ইবিলাকে চৰাইৰ দেহৰ শীত-তাপ নিয়ন্ত্ৰণ আৰু সুৰক্ষা প্ৰদান কৰাৰ উপৰিও উৰণত সহায় কৰে ৷