begai (Nagamese)
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Mousumi Konwar on 2023-05-03
b. Abstract Noun: expeditionhastequicknessspeedগতি...
1. (Adverb) (a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed. অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
Assamese:
কোবাকুবিকৈ কোবেৰে ক্ষিপ্ৰতাৰে ক্ষিপ্ৰবেগে ক্ষিপ্ৰভাৱে খপ কৰে খপ্জপকৈ খপৰাই খৰকৈ খৰখেদাকৈ খৰধৰকৈ ঘপহ কৰে চোঁত কৰে চোঁতকৈ জাণ্টে ঝাণ্টে টপাটপ টপৰাই ততাতৈয়াকৈ ততাভুকুতাকৈ তাৎক্ষণিকভাৱে তৌ তৌ কৰে ত্বৰিতে তৎকালতে তৎকালীনভাৱে তৎকালে তৰাতাৰি থিয়ৈ-থিয়ৈ দৌৰা-দৌৰিকৈ দ্ৰুতবেগে দ্ৰুতভাৱে দৰদৰি পটকৈ পটাপট পট্ পট্ কৰে পলকতে বায়ুবেগে বেগতে বেগাই বেগাবেগিকৈ বেগেতাই বেগেৰে লৌ-লৌ কৰে লৰা-ঢপৰাকৈ লৰালৰিকৈ লৰি-ঢাপৰি সতকাই সত্বৰে সাউত কৰে সাউতকৈ সোঁ-সোঁ কৰে সোঁ-সোঁৱাই সোনকালে হিল-দ’ল ভাঙি হুৰমুৰকৈ হুৰমুৰাই হুৰমূৰকৈ
Garo:
Dimasa:
Hindi:
Santali:
TAI-Khamti:
Singpho:
Adi Bokar:
Sonowal Kachari:
Different POS:
a. Proper Adj.: agilefastnimblequickquickly...b. Abstract Noun: expeditionhastequicknessspeedগতি...