bending (English) [ IPA: ˈbendɪŋ ASM: বেণ্ডিং]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
    1. (Verbal Adj.) bowing down to someone to show respect or submissiveness. সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-22
    2. (Adverb) Lowering head, bending মূৰ তল কৰি,হেলনীয়া হৈ, কুঁজা হৈ