☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
bowing
(English)
[
IPA:
ˈboʊɪŋ
ASM:
বৌইং]
Contributed by:
Probodh Borah (প্ৰবোধ বৰা)
on 2010-08-10
1.
(Verbal Adj.)
bowing down to someone to show respect or submissiveness. সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
English:
bending
bowing
stooping
Assamese:
অধোবদন
অধোমুখ
অৱনত
অৱনতমস্তক
আনত
আনতশিৰ
চাপৰা
তলমূৱা
নতশিৰ
Bodo:
Stooping
गंग्लायनाय
Hindi:
झुकना