blend (English) [ IPA: ˈblend ASM: ব্লেণ্ড]
    Contributed by: Bikram M Baruah on 2007-06-12
    1. (Verb-Trans.) to add one (substances, elements, things, etc.) into one mass, collection, or assemblage, generally with a thorough blending of the constituents. এটা (বস্তু, মৌল বা পদাৰ্থ আদি)ক এক সংগ্ৰহ বা সমূহৰ সৈতে যোগ কৰি সম্পূৰ্ণকৈ মিলা
    Contributed by: Bikram M Baruah on 2007-06-12
    2. (Verbal Noun) the product of a mixing process. মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।