compound (English) [ IPA: kɑmˈpæʊnd ASM: কমপাউণ্ড]
    1. Chemistry(Material Noun-Neuter) a product of two or more elements combined chemically দুই বা ততোধিক মৌল ৰাসায়নিক ভাৱে সংযোজিত হৈ উত্পন্ন হোৱা পদাৰ্থ
    Contributed by: Swapnita Kakati on 2006-04-01
    2. (Common Noun-Neuter) an enclosure containing residences, business offices, or other establishments বাসভৱন, ব্যৱসায়িক কাৰ্য্যালয় বা আন প্ৰতিষ্ঠান থকা চাৰিওফালে বেৰ বা জেওৰাৰে আৱৰা এক স্থান
    Contributed by: Bikram M Baruah on 2006-04-01
    3. (Verbal Noun) the product of a mixing process. মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
    Contributed by: Bikram M Baruah on 2015-08-03
    4. (Abstract Noun) the land/ground where a school, college or university is situated with its building(s) কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় অৱস্হিত এলেকা৷ ইয়াতে সেই প্ৰতিষ্ঠানৰ ভবন (সমূহ) থাকে৷