ঘোচা (Assamese) [ Roman: gho`.sa Origin: হি. (হেম১৩)]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-23
    1. (Verbal Noun) A forceful impact with the fist on the face. হাতৰ মুঠিৰে গালত মৰা খুন্দা বা আঘাত৷

    Example Sentences:

    1. সি চোৰটোৰ মুখত জোৰেৰে এটা ঘোচা মাৰিছিল।