candelacandid

candi (Nagamese) [ Roman: chan.di]
Contributed by: Mousumi Konwar on 2023-05-05
1. Chemistry(Material Noun-Neuter) A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography. সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷