ngun (Mising) [ Roman: ngun]
    Contributed by: Himasri Das on 2023-01-08
    1. (Verb-Trans.) to create a hole on a plain surface কোনো সমতলত ফুটা বা গাঁত সৃষ্টি কৰা
    English:
    Mising:
    Khasi:
    Meeteilon:
    Nagamese:
    Dimasa:
    Bangla:
    Santali:
    TAI-Turung:
    Tutsa:

    ngun (TAI-Phake) [ IPA: ŋun]
    Contributed by: Sweet Das on 2024-11-30
    2. Chemistry(Material Noun-Neuter) A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography. সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷

    ngun (TAI-Turung) [ IPA: nᵘgun]
    Contributed by: Rajshree Shyam on 2024-11-19
    3. (Abstract Noun) The ability or capacity to perform or act effectively ফলপ্ৰসূ ভাৱে কাৰ্য্য সম্পাদন কৰাৰ দক্ষতা বা যোগ্যতা