chon (Karbi)
    Contributed by: Caroline Kropi on 2010-02-22
    1. (Verb-Intran.) to force oneself off / across the ground or any base by a muscular effort of the legs and feet. ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠ্

    chon (TAI-Khamti) [ IPA: tsɔn]
    Contributed by: Sushmita Das on 2024-11-26
    2. Animal(Common Noun-Common) a carnivorous animal living on land, looks like a big squeeral. They can hanlde poisonous snakes skillfully. কেৰ্কেটুৱাৰ আকৃতিৰ কিন্তু তাতকৈ ডাঙৰ মাটিত থকা এবিধ মাংসহাৰী জন্তু. বিষাক্ত সাপ ইহঁতে দক্ষতাৰে মাৰিব পাৰে|