chop (English) [ IPA: ˈtʃɑp ASM: চপ]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-31
    1. (Verb-Trans.) to cut into small pieces. খুতুৰা খুতুৰা কৰ্; ডোখৰ ডোখৰ কৰ্; খণ্ড খণ্ড কৰি কাট্৷টুকুৰা টুকুৰ কৰ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-26
    2. (Verb-Trans.) to mince or chop without cutting into pieces (as meat, fish etc.) টুকুৰা বা ডোখৰ-ডোখৰ নকৰাকৈ ৰেপি-ৰেপি কাট্ (মাংস, মাছ আদি)
    English:
    Assamese: