circumstance (English) [ IPA: ˈsərkəmˌstæns ASM: চাৰকমষ্টেনচ]
    adj: পৰিস্থিতিগত, circumstantial, পৰিস্থিতিজনিত
    Contributed by: Biraj Kumar Kakati on 2009-06-06
    1. (Abstract Noun) Discourse that surrounds a language unit and helps to determine its interpretation. কোনো উদ্ধৃতিৰ সঙ্গতি দৰ্শাই আন এটা কথাৰ উদ্ধৃতি দিয়া ৷
    2. (Abstract Noun) The way in which something/somebody is positioned with respect to its surroundings চাৰিওফালৰ পৰিৱেশৰ পটভূমিত কোনো ব্যক্তি বা বস্তুৰ আপেক্ষিক অৱস্থান