condition (English) [ IPA: kənˈdɪʃən ASM: কনডিচন]
    Contributed by: Webmaster-II on 2017-09-27
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun) The way in which something/somebody is positioned with respect to its surroundings চাৰিওফালৰ পৰিৱেশৰ পটভূমিত কোনো ব্যক্তি বা বস্তুৰ আপেক্ষিক অৱস্থান
    2. (Abstract Noun) a mode of being or form of existence of a person or thing মানুহ বা বস্তুৰ বৰ্ত্তি থকা ধৰণ বা ৰূপ
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-07-07
    3. (Abstract Noun) a statement of what is required as part of an agreement কোনো সহমতৰ অংশ হিচাপে লিপিৱদ্ধ কৰা বক্তব্য