coitioncoke
coitus (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-17
English: coition, coitus, copulation, fuck, intercourse,
Assamese: অঙ্গ-সঙ্গ, অঙ্গসংগ, অভিধৰ্ষণ, আসংগ, জম্ভন, ত্ৰিভদ্ৰ, নাৰী-সম্ভোগ, নিধুবন, প্ৰসভ, মৈথুন, যৌন মিলন, যৌন সংগম, যৌন সম্ভোগ, যৌনকৰ্ম, যৌনাচাৰ, শৃঙ্গাৰ, সংগম, সংসৰ্গ, সঙ্গম, সুৰত, ৰতিক্ৰিয়া, ৰতিকৰ্ম, ৰমণ,
Bodo: आथोन गेले, आथोन गेलेनाय, खयनाय, थांलाय फैलाय, लेन देन, सला सल,
Garo: kima,
Meeteilon: famdinnaba, haktinnaba,
Karbi: chedek, kapa-er, kapa`er,
Dimasa: jigilaibah, lahlaibah
coitus (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-17
1. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।