intercontinentalinterdict
intercourse (English) [ IPA: ˈɪntərˌkɔrs ASM: ইণ্টাৰকৰ্চ]
English: coition, coitus, copulation, fuck, intercourse,
Assamese: অঙ্গ-সঙ্গ, অঙ্গসংগ, অভিধৰ্ষণ, আসংগ, জম্ভন, ত্ৰিভদ্ৰ, নাৰী-সম্ভোগ, নিধুবন, প্ৰসভ, মৈথুন, যৌন মিলন, যৌন সংগম, যৌন সম্ভোগ, যৌনকৰ্ম, যৌনাচাৰ, শৃঙ্গাৰ, সংগম, সংসৰ্গ, সঙ্গম, সুৰত, ৰতিক্ৰিয়া, ৰতিকৰ্ম, ৰমণ,
Bodo: आथोन गेले, आथोन गेलेनाय, खयनाय, थांलाय फैलाय, लेन देन, सला सल,
Garo: kima,
Meeteilon: famdinnaba, haktinnaba,
Karbi: chedek, kapa-er, kapa`er,
Dimasa: jigilaibah, lahlaibah
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-30
intercourse (English) [ IPA: ˈɪntərˌkɔrs ASM: ইণ্টাৰকৰ্চ]
1. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
Assamese: অঙ্গ-সঙ্গ, অঙ্গসংগ, অভিধৰ্ষণ, আসংগ, জম্ভন, ত্ৰিভদ্ৰ, নাৰী-সম্ভোগ, নিধুবন, প্ৰসভ, মৈথুন, যৌন মিলন, যৌন সংগম, যৌন সম্ভোগ, যৌনকৰ্ম, যৌনাচাৰ, শৃঙ্গাৰ, সংগম, সংসৰ্গ, সঙ্গম, সুৰত, ৰতিক্ৰিয়া, ৰতিকৰ্ম, ৰমণ,
Bodo: आथोन गेले, आथोन गेलेनाय, खयनाय, थांलाय फैलाय, लेन देन, सला सल,
Garo: kima,
Meeteilon: famdinnaba, haktinnaba,
Karbi: chedek, kapa-er, kapa`er,
Dimasa: jigilaibah, lahlaibah
Different POS:
a. Verb-Trans.: copulate, গড় খা, মৈথুন কৰ্, যৌনসঙ্গম কৰ্, ৰহ খা...Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-30
2. (Verbal Noun) connection or dealings between persons or groups. কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷