correlationcorresponding
correspondent (English)
Contributed by: Bikram M Baruah on 2021-01-29
English: correspondent, newsman, reporter,
Assamese: প্ৰতিবেদক, বাতৰি দিওঁতা, বাতৰি যোগনিয়াৰ, সংবাদ-কৰ্মী, সংবাদদাতা
Contributed by: Bikram M Baruah on 2021-01-29
correspondent (English)
Contributed by: Bikram M Baruah on 2021-01-29
1. (Common Noun-Common) One who collects and gives account of events for a newspaper, radio or television. বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷
Assamese: প্ৰতিবেদক, বাতৰি দিওঁতা, বাতৰি যোগনিয়াৰ, সংবাদ-কৰ্মী, সংবাদদাতা
Related Idea:
a. Common Noun-Common: journalist, পত্ৰকাৰ, বাৰ্তাজীৱী, সংবাদসেৱী, সাংবাদিক...Contributed by: Bikram M Baruah on 2021-01-29
2. (Common Noun-Common &/or Masculine) one who maintains a regular exchange of communication by letters or emails. যি ব্যক্তিয়ে নিয়মীয়া যোগাযোগ স্থাপন কৰি থাকে চিঠি বা ইমেইলৰ সহায়ত৷