reportrepose
reporter (English) [ IPA: rɪˈpɔrtər ASM: ৰিপৰ্টাৰ]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-27
English: correspondent, newsman, reporter,
Assamese: প্ৰতিবেদক, বাতৰি দিওঁতা, বাতৰি যোগনিয়াৰ, সংবাদ-কৰ্মী, সংবাদদাতা
reporter (English) [ IPA: rɪˈpɔrtər ASM: ৰিপৰ্টাৰ]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-27
1. (Common Noun-Common) One who collects and gives account of events for a newspaper, radio or television. বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷