design (English) [ IPA: dɪˈzaɪn ASM: ডিজাইন]
1. (Abstract Noun) an outline, sketch, or plan, as of the form and structure of a work of art, an edifice, or a machine to be executed or constructed তৈয়াৰ কৰিব বা সাজিব লগীয়া কোনো ভাস্কৰ্য্য, অট্টালিকা বা যন্ত্ৰৰ ৰূপ আৰু গঠনৰ আৰ্হি, নক্সা বা পৰিকল্পনা
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
2. (Verb-Trans.) to prepare the preliminary sketch or the plans for (a work to be executed) (কোনো কৰিব লগীয়া কামৰ) প্ৰাথমিক নক্সা বা আঁচনি তৈয়াৰ কৰা