बुमिन (Bodo) [ Roman: bu.mi.n]
    Contributed by: Ramen Baro on 2023-11-25
    1. (Abstract Noun) an outline, sketch, or plan, as of the form and structure of a work of art, an edifice, or a machine to be executed or constructed তৈয়াৰ কৰিব বা সাজিব লগীয়া কোনো ভাস্কৰ্য্য, অট্টালিকা বা যন্ত্ৰৰ ৰূপ আৰু গঠনৰ আৰ্হি, নক্সা বা পৰিকল্পনা
    Contributed by: Ramen Baro on 2024-01-25
    2. (Abstract Noun) some general rules that can be tailored for different situations বিভিন্ন অৱস্থাৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা কেতবোৰ সাধাৰণ নিয়ম