docdock
docile (English) [ IPA: ˈdɑsəl ASM: ডচাইল]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
English: docile, obedient, submissive,
Assamese: আজ্ঞাকাৰী, আজ্ঞাধীন, আজ্ঞানুৱৰ্ত্তী, আজ্ঞাপালক, আজ্ঞাপৰ, আজ্ঞাবহ, আজ্ঞাবাহী, বশ, বশম্বদ, বশীভূত, বশ্য, বশৱৰ্ত্তী, বাধ্য, মানন্তা, মানোতা,
Bodo: खोथा लाग्रा, सिबिसुला,
Mizo (Lushai): thuawih,
Nagamese: badhyo
docile (English) [ IPA: ˈdɑsəl ASM: ডচাইল]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
1. (Proper Adj.-Common) Dutifully complying with the commands, orders, or instructions of one in authority কৰ্ত্তৃত্বশীল কোনো লোকৰ নিৰ্দ্দেশ, আদেশ বা তাগিদা নিষ্ঠাৰে পালন কৰা