filter (English) [ IPA: ˈfɪltər ASM: ফিল্টাৰ]
Contributed by: ৰূপকমল on 2007-03-15
1. (Material Noun-Neuter) an equipment for separating solid particles from liquid-solid mixture. কঠিন পদাৰ্থ মিহলি জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা আহিলা বা যন্ত্ৰ।
Contributed by: ৰূপকমল on 2007-03-15
2. (Verb-Trans.) to separate solid particles from liquid-solid mixture . কঠিন পদাৰ্থ মিহলি জুলীয়া বস্তুৰ পৰা কঠিন পদাৰ্থ পৃথক কৰ্
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-17
3. (Material Noun-Neuter) A device containing such a material, especially one used to remove impurities from the water supply. পানী পৰিষ্কাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ ধাতুৰ পাত্ৰ৷
English:
Assamese:
Bodo:
Khasi:
Karbi:
Dimasa: