strain (English) [ IPA: ˈstreɪn ASM: ষ্ট্ৰেইন]
    Contributed by: Mridugunjana Shivam on 2024-11-24
    1. (Verb-Trans.) to separate solid particles from liquid-solid mixture . কঠিন পদাৰ্থ মিহলি জুলীয়া বস্তুৰ পৰা কঠিন পদাৰ্থ পৃথক কৰ্
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-22
    2. (Verb-Trans.) to get slightly wet with water নিয়ৰত তিতাৰ দৰে অলপ তিতা বা ভিজা
    Contributed by: Mousumi Konwar on 2023-01-26
    Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
    3. (Abstract Noun) stain on character due to wicked act committed বেয়া কামৰ পৰা হোৱা চৰিত্ৰৰ কলংক