gateway (English) [ IPA: gateway ASM: গেটৱে]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-22
    1. (Material Noun-Neuter) an entrance through a wall, fence বেৰ বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰিব পাৰি।
    Contributed by: Biraj Kumar Kakati on 2007-02-22
    2. (Material Noun-Neuter) An opening or entrance into someone's house. মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সমুখ ভাগ|
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-02-22
    3. (Material Noun-Neuter) the main gateway to a palace. সিংহৰ মূৰ্তি থকা ডাঙৰ প্ৰৱেশদ্বাৰা, ৰজা ঘৰৰ ঘাই বাট-চৰা ৷