নঙলা (Assamese) [ Roman: no.ngo.la]
0
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-22
1. (Material Noun-Neuter) an entrance through a fence normally built with iron, bamboos or wood. চাৰিওকাষৰ বেৰা বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰাৰ সুবিধাৰ বাবে দুৱাৰৰ দৰে ব্যৱস্থা থাকে।
Contributed by: Biraj Kumar Kakati on 2009-01-12
2. (Material Noun-Neuter) An opening or entrance into someone's house. মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সমুখ ভাগ|