goldbrickGolden cat
golden (English) [ IPA: ˈgoʊldən ASM: গ’ল্ডেন]
Contributed by: Partha P Sarmah on 2007-03-10
English: golden,
Assamese: কনকপ্ৰভ, কনকময়, কাঞ্চনপ্ৰভ, কাঞ্চনমতী, কাঞ্চনময়, কাঞ্চনাভ, সুৱৰ্ণময়, সোণবৰনীয়া, সোণালী, সোণোৱালী, সৌৱৰ্ণ, স্বৰ্ণপ্ৰভ, স্বৰ্ণবৰ্ণ, স্বৰ্ণময়, স্বৰ্ণাভ, হিৰণ, হিৰণ্ময়, হেমকান্তি, হেমাঙ্গ, হেমাভ, হৈম,
Bodo: सनानि बानायनाय, सनालि,
Karbi: phu-et,
Hindi: सुनहरा
Contributed by: Partha P Sarmah on 2007-03-10
Contributed by: Partha P Sarmah on 2007-03-10
English: golden, outstanding, sublime, supreme,
Assamese: অত্যুত্তম, অনন্য, জাকত-জিলিকা, মূধাফুটা, মূল্যৱান, সোণসেৰীয়া,
Bodo: आद्रा थाबावनाय, जौसिन
golden (English) [ IPA: ˈgoʊldən ASM: গ’ল্ডেন]
Contributed by: Partha P Sarmah on 2007-03-10
1. (Proper Adj.) Having the deep slightly brownish colour of gold. সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Assamese: কনকপ্ৰভ, কনকময়, কাঞ্চনপ্ৰভ, কাঞ্চনমতী, কাঞ্চনময়, কাঞ্চনাভ, সুৱৰ্ণময়, সোণবৰনীয়া, সোণালী, সোণোৱালী, সৌৱৰ্ণ, স্বৰ্ণপ্ৰভ, স্বৰ্ণবৰ্ণ, স্বৰ্ণময়, স্বৰ্ণাভ, হিৰণ, হিৰণ্ময়, হেমকান্তি, হেমাঙ্গ, হেমাভ, হৈম,
Bodo: सनानि बानायनाय, सनालि,
Karbi: phu-et,
Hindi: सुनहरा
Different POS:
a. Material Noun-Neuter: gold, অকুপ্য, অগ্নিবীজ, অগ্নিবীৰ্য, অগ্নিভ...Contributed by: Partha P Sarmah on 2007-03-10
2. (Proper Adj.-Neuter) Made from or covered with gold. সোণেৰে নিৰ্মিত অথবা সোণৰ প্ৰলেপযুক্ত ৷
Contributed by: Partha P Sarmah on 2007-03-10
3. (Proper Adj.-Neuter) something valuable, special or wonderful. সোণৰ দৰে বহুমূলীয়া, উত্তম।