হিৰণ্ময় (Assamese) [ Roman: hi.ron.moy]
    fm: হিৰণ্ময়ী
    Contributed by: Biraj Kumar Kakati on 2008-04-06
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Proper Adj.) Having the deep slightly brownish colour of gold. সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
    Contributed by: Biraj Kumar Kakati on 2008-04-06
    2. (Proper Adj.-Neuter) Made from or covered with gold. সোণেৰে নিৰ্মিত অথবা সোণৰ প্ৰলেপযুক্ত ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
    3. (Proper Noun-Masculine) One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe. জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷