greatGreat Barrier Reef
great agitation (English) [ IPA: ˈgreɪt ˌædʒəˈteɪʃən ASM: গ্ৰেট এজিটেচন]
Contributed by: Biraj Kumar Kakati on 2008-03-23
English: great agitation,
Assamese: উথল-পাথল, চলাথ, তল-ওপৰ, তোলপাৰ, দলদোপ, দলদোপ-হেন্দোলদোপ, হিন্দোলা-হিন্দোলি, হেন্দোলদোপ
great agitation (English) [ IPA: ˈgreɪt ˌædʒəˈteɪʃən ASM: গ্ৰেট এজিটেচন]
Contributed by: Biraj Kumar Kakati on 2008-03-23
1. (Abstract Noun) The act of rolling up and down. প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |