তোলপাৰ (Assamese) [ Roman: to'l.par]
    Contributed by: Bikram M Baruah on 2007-08-11
    1. Political Science(Abstract Noun) An individual or collective gesture or display of disapproval ব্যক্তিগত বা সামূহিকভাৱে প্ৰদৰ্শন কৰা অসন্মতি বা অসন্তুষ্টি
    Contributed by: Biraj Kumar Kakati on 2007-08-11
    2. (Abstract Noun) The act of rolling up and down. প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |
    Contributed by: Partha P Sarmah on 2007-08-11
    3. (Abstract Noun) great excitement (usually caused by public event) shown by a group of people; outburst of excitement সমজুৱা উত্তেজনাৰ তুমুল বহিৰ্প্ৰকাশ| সাধাৰণতে কোনো ৰাজহুৱা ঘটনাৰ প্ৰতিক্ৰিয়া বা উত্তেজিত সঁহাৰি