চলাথ (Assamese) [ Roman: so.lath]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-21
    1. (Abstract Noun) The act of rolling up and down. প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |

    Example Sentences:

    1. বস্তুটো বিচাৰি সকলো চলাথ কৰিলো কিন্তু কতো বিচাৰি নাপালো।