Kashmirikashubi
kashong (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-15
kashong (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-15
1. Textile(Material Noun-Neuter) part of dress worn (with sador) by Assamese women. অসমীয়া নাৰীৰ জাতীয় সাজৰ অংশ বিশেষ৷ কপাহ, পাট আদিৰ পৰা তৈয়াৰী,কঁকালৰ পৰা ভৰিৰ সৰুগাঠিলৈকে পৰা দীঘল, গোল কাপোৰ৷ চাদৰখন ইয়াতে খুচি লয়৷