মেখলা (Assamese) [ Roman: me.kho.la]
    Contributed by: Yugasmita Medhi on 2022-11-02
    1. Textile(Material Noun-Neuter) part of dress worn (with sador) by Assamese women. অসমীয়া নাৰীৰ জাতীয় সাজৰ অংশ বিশেষ৷ কপাহ, পাট আদিৰ পৰা তৈয়াৰী,কঁকালৰ পৰা ভৰিৰ সৰুগাঠিলৈকে পৰা দীঘল, গোল কাপোৰ৷ চাদৰখন ইয়াতে খুচি লয়৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-20
    2. (Common Noun-Neuter) A string or a band of material around the waist that strengthens a skirt or trousers. কঁকালত বন্ধা সূতা বা সূতাসদৃশ অন্য ভূষণ|