manual (English) [ IPA: ˈmænjəwəl ASM: মেনুয়েল]
    Contributed by: Bikram M Baruah on 2006-12-28
    1. (Material Noun-Neuter) A booklet that instructs on the usage of a particular tool. কোনো বিশেষ সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দ্দেশাৱলী সন্নিৱিষ্ট থকা এখন সৰু কিতাপ।
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-28
    2. (Verbal Adj.) done or made by hand. হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।