সহায়িকা (Assamese) [ Roman: xo.ha.yi.ka]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-29
    1. (Material Noun-Neuter) A booklet that instructs on the usage of a particular tool. কোনো বিশেষ সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দ্দেশাৱলী সন্নিৱিষ্ট থকা এখন সৰু কিতাপ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
    2. (Material Noun-Neuter) a things or object that helps to do certain work. ব’স্তু বা সজুলি যিয়ে কোনো কাম কৰাত সহায় কৰে