morning (English) [ IPA: ˈmɔrnɪŋ ASM: মৰনিং]
    1. (Abstract Noun) The first or early part of the day. দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Proper Adj.-Neuter) pertaining to or happening in the morning. ৰাতিপুৱাৰ সময়ত হোৱা বা পুৱা সম্পৰ্কীয়।