mosurmota

mot (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-06
1. (Abstract Noun) what one thinks or believes about sth. কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।

mot (TAI-Phake) [ IPA: mɔt]
Contributed by: Sweet Das on 2024-11-30
2. Insect-Worm(Common Noun) Any of various social insects of the family Formicidae, characteristically having wings only in the males and fertile females and living in colonies that have a complex social organization. ফৰ্মিচাইদি গোত্ৰৰ অন্তৰ্গত এবিধ পতঙ্গ, যাৰ কেৱল মতা আৰু জনন ক্ষমতা থকা মাইকীবোৰৰ ক্ষেত্ৰতহে পাখি থাকে। ইহঁতে জুম বান্ধি একেলগে বাস কৰে আৰু ইহঁতৰ এক জটিল সামাজিক ব্যৱস্থা আছে।