vote (English) [ IPA: ˈvoʊt ASM: ভ’ট]
    1. (Verb-Intran.) provide or express opinion or support for sb/sth কোনোবাৰ/কিহবাৰ সম্পৰ্কে মতামত দিয়া বা সমৰ্থন কৰা
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
    2. (Abstract Noun) what one thinks or believes about sth. কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।