nim (Karbi) [ IPA: nim]
    Contributed by: Mridugunjana Shivam on 2024-11-25
    1. (Abstract Noun) a set of spiritual beliefs that govern one's life মানুহৰ ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰা আধ্যাত্মিক বিশ্বাসৰ এক সমষ্টি

    nim (Dimasa)
    Contributed by: Kulendra Daulagupu on 2012-05-09
    2. Tree(Common Noun-Common) A tree of the mahogany bearing bitter pinnate leaves. Its extracts are used as a biopesticide. এজোপা ঔষধ হিচাপে ব্যৱহাৰ হোৱা গছ। পাতবোৰ তিতা। জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ হয়।