pelvis (English) [ IPA: ˈpelvəs ASM: পেলভিচ]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Anatomy(Material Noun-Neuter) the lower part of the belly extending to the vagina নিতম্বৰ বিপৰীত ফালৰ ভাগ, যি যোনিলৈকে প্ৰসাৰিত
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-19
    2. Anatomy(Common Noun-Common) the basinlike cavity in the lower part of the trunk of many vertebrates, formed in humans by the innominate bones, sacrum, etc. বহুতো মেৰুদণ্ডী প্ৰাণীৰ দেহৰ তলৰ অংশত থকা বাটিৰ দৰে গহ্বৰ; মানুহৰ ক্ষেত্ৰত ই ইন’মিনেট হাঁড়, ছেক্ৰাম আদি হাঁড়েৰে গঠিত৷